২৫ বছৰীয়া জয়ন্তৰ ৩৫ বছৰৰ পিচত আৰম্ভ হ’বলগা অৱসৰ জীৱনৰ পৰিকল্পনাৰ বাবে দৰকাৰী সতৰ্কতা আৰু অহা বছৰ অৱসৰ ল’বলৈ সাজু হোৱা ৫৯ বছৰীয়া বিনন্দ দত্তৰ অৱসৰ পৰিকল্পনাৰ বাবে প্ৰয়োজনীয় সতৰ্কতাৰ মাজত পাৰ্থক্য আছে৷ জয়ন্তৰ সম্পদ আহৰণৰ দশা আৰম্ভ হৈছেহে আৰু বিনন্দ … [Continue reading]
অৱসৰৰ অংক – (তৃতীয় খণ্ড)
যোৱা দুটা খণ্ডত আমি দেখিছিলো যে ২৫ বছৰীয়া জয়ন্তই ৬০ বছৰ বয়সত অৱসৰ লোৱাৰ পিচত আৰু ৩০ বছৰ জীৱনকাল পাব বুলি ধৰিলে অৱসৰ পৰিকল্পনাৰ পথ মানচিত্ৰ কেনেধৰণে তৈয়াৰ কৰিব৷ ভৱিষ্যতৰ বহু অনিশ্চিত কাৰকক লৈ কৰা এনে পৰিকল্পনা সম্পূৰ্ণ অব্যৰ্থ বুলি দাবী কৰিব নোৱাৰি৷ … [Continue reading]
অৱসৰৰ অংক (দ্বিতীয় খণ্ড)
লক্ষ্য : ১০ কোটি ২ লাখ দূৰত্ব : ৩৫ বছৰ৷ হয়, যোৱাবাৰ আমি গণনা কৰি পাইছিলো যে জয়ন্ত বৰাই ২০৫০ চনত অৱসৰ গ্ৰহণ কৰিব পৰাকৈ সেই চনত আহৰণ কৰিবলগীয়া টকাৰ পৰিমাণ ১০ কোটি ২ লাখ৷ চাকৰিয়াল হিচাপে স্বাভাৱিকতেই জয়ন্তৰ বাবে বিনিয়োগৰ সুবিধাজনক পদ্ধতিটো হ’ব … [Continue reading]
অৱসৰৰ অংক-(প্ৰথম খণ্ড)
অৱসৰ! সাজুনে আপুনি সেই দিনবোৰৰ বাবে? যেতিয়া আৰু আপুনি আজিৰ দৰে উপাৰ্জনক্ষম হৈ নাথাকিব৷ জীৱনৰ শেষ দিনটোলৈকে নিৰ্ভৰশীল হ’বলৈ বাধ্য হ’ব বিগত দিনৰ সঞ্চিত ধনৰ ওপৰত৷ অৱশ্যে আপুনি যদি ১ জানুৱাৰী ২০০৪ ৰ আগতে চৰকাৰী চাকৰিত সোমাইছিল বা দেশৰ সেনা বাহিনীত … [Continue reading]
নৱবৰ্ষত ল’ব পৰা এটা বিত্তীয় সংকল্প
হয়, ময়ো মানি লওঁ যে মুদ্ৰাস্ফীতিয়ে আমাক যথেষ্ট অসুবিধাত পেলায়৷ নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে আমাৰ ঘৰুৱা বাজেটখনত প্ৰায়েই প্ৰত্যাহ্বানৰ সৃষ্টি কৰে৷ কিন্তু মনোযোগেৰে লক্ষ্য কৰিলে দেখিব যে আমাৰ এই খৰচ বৃদ্ধিৰ বাবে একমাত্ৰ মুদ্ৰাস্ফীতিয়েই দায়ী … [Continue reading]