গুৱাহাটীৰ বাসিন্দাসকলৰ কথা বাদেই, অসমৰ আন ঠাইত বাস কৰা বহুতৰে এটা সপোন থাকে – ‘গুৱাহাটীত নিজৰ বুলি ঘৰ এখন’ কৰাৰ৷ এনে হাবিয়াহেও গুৱাহাটীৰ ভূ-সম্পত্তিৰ বজাৰখনত দৰ দশক দশক ধৰি ঊৰ্ধ্বগামী কৰি ৰখাত অনুঘটকৰ দৰে কাম কৰি আহিছে৷ সেয়ে সততে প্ৰশ্ন উঠে যে আজিৰ … [Continue reading]
ভূ-সম্পত্তিৰ দাম কিমান বেছি ? : এটা সমীক্ষাৰ আঁত ধৰি
আপুনি ঘৰ-মাটি বা ফ্লেট কিনিব খোজা চহৰখনত সেই সম্পত্তিৰ দৰ আপোনাৰ ক্রয় ক্ষমতাৰ ভিতৰত আছেগৈনে? যদি নাই সেয়া কিমান বেছি? আপোনাৰ বাৰ্ষিক উপৰ্জনৰ লগত আপুনি কিনিব খোজা বাসগৃহৰ বজাৰ দৰৰ সম্পৰ্ক কেনেকুৱা? এনেধৰণৰ প্ৰশ্নৰ উত্তৰ সন্ধান কৰে ডেম’গ্ৰাফিয়া নামৰ … [Continue reading]
চহৰীয়া ভূ-সম্পত্তিৰ দৰ সদায়ে ঊর্ধ্বগামী হৈ থাকেনে?
‘চহৰত এটা নিজৰ ঘৰ’ৰ সপোন দিঠকলৈ পৰিবৰ্তন কৰাটো দিনকদিনে কঠিন হৈ গৈ আছে চৰা দামৰ বাবে৷ জনসংখ্যাৰ বিস্ফোৰণ আৰু চহৰমুখী প্ৰব্ৰজন ইয়াৰ বাবে ঘাইকৈ দায়ী৷ গৃহ ঋণৰ সু-ব্যৱস্থা থকাৰ পূৰ্বে ঘৰখন সজোৱাটো প্ৰায় মানুহৰ শেষ বয়সতহে হৈ উঠিছিল৷ দিন-কাল সলনি হৈছে৷ গৃহ … [Continue reading]
শিথিল বিত্তীয় নিয়ন্ত্ৰকৰ সন্ধানত অসাধু চক্র
খবৰটো প্ৰায় ডেৰ বছৰ পুৰণি৷ প্ৰকাশ পাইছিল অনলাইন বিত্ত বিষয়ক দৈনিক ‘লাইভ মিন্ট’ত ২০১৩ চনৰ ২১ মে’ত৷ বাতৰিটোৰ সাৰাংশ হ’ল – সাৰদা পতনৰ পিচত যিবিলাক সমগোত্ৰীয় কোম্পানীয়ে মাটি বিক্রীৰ অগ্ৰিম ধন অথবা হোটেল বুকিং আদি বিভিন্ন পন্থাৰে ‘মাছ নহয় জিজি’ হিচাপে … [Continue reading]
আপোনাৰ বিনিয়োগক শক্তিশালী বিত্তীয় নিয়ন্ত্ৰকৰ কিয় আৱশ্যক
লেন-দেন বৰ্তমানলৈকে সুচাৰুৰূপে চলি থকা অথচ কোনো শক্তিশালী বিত্তীয় নিয়ন্ত্ৰকৰ অধীনস্থ নোহোৱা বিত্তীয় প্ৰতিষ্ঠানসমূহৰ নিজৰ গ্ৰহণযোগ্যতাৰ সম্বন্ধে যুক্তি এনেধৰণৰ – ‘ইমান দিনে দেখোন আমি সকলোৰে প্ৰাপ্য আদায় দি আহিছো৷ আমাৰ বিপক্ষে সন্দেহৰ অৱকাশ ক’ত?’ … [Continue reading]