ছবিয়ে যদি কথা কয়, তেনেহ’লে এই বিশেষ ছবিখনে কিজানি আটাইতকৈ বেছি কথা কয় পিৰামিড আঁচনিৰ বিষয়ে৷ এইখনৰ উৎস হৈছে আমেৰিকাৰ চিকিঅ’ৰিটি এণ্ড একচেঞ্জ কমিছনৰ ৱেবছাইটত জনহিতাৰ্থে প্ৰকাশিত পিৰামিড আঁচনি সম্পৰ্কীয় লেখাৰ মাজত থকা ছবিখন৷ যিখন ছবিয়ে তথ্যসহকাৰে বুজাই … [Continue reading]
সাৰদা সাদৰী নোহোৱাৰ পিচত
বিনিয়োগকাৰীৰ বহুখিনি সিদ্ধান্তক পৰিচালিত কৰে তেওঁৰ লোভ আৰু ভয়ে৷ লোভে ক্রমাৎ পাহৰাবলৈ সক্ষম হয় বিবেকৰ আবেদন৷ কোনোবা এজন বিনিয়োগকাৰীৰ চমৎকাৰ প্ৰাপ্তিত ভুৱা বিনিয়োগ আঁচনি একোখনো বিশ্বাসযোগ্য হৈ উঠে এশজন নতুন বিনিয়োগকাৰীৰ বাবে৷ এয়া কিন্তু একেবাৰে নতুন … [Continue reading]
ব্যক্তিগত বিত্ত আৰু মহিলা
‘ডি এছ পি ব্লেকৰ’ক’ৰ বাবে নেইলচনে চলোৱা এক সমীক্ষা অনুসৰি ৭৭ শতাংশ ভাৰতীয় কৰ্মৰত মহিলাই তেখেতসকলৰ বিনিয়োগ সম্বন্ধীয় সিদ্ধান্তৰ বাবে হয় দেউতাক নতুবা জীৱনসংগীৰ ওচৰত নিৰ্ভৰশীল৷ সমীক্ষাটোত আৰু কোৱা হৈছে যে বাকী ২৩ শতাংশৰ ভিতৰত ১৮ শতাংশই হৈছে অবিবাহিত … [Continue reading]
‘‘ব্ৰেণ্ড’’ নামৰ ছিটিকাখনৰ বিষয়ে যৎকিঞ্চিৎ
যিকোনো এটা প্ৰয়োজনীয় সামগ্ৰী কিনিবলৈ যাওঁতে দ্ৰব্য নিৰ্বাচনৰ বেলিকা কাৰ ভূমিকা বেছি? ক্রেতা হিচাপে আপোনাৰ নে সমগ্ৰ বিক্রী ব্যৱস্থাটোৰ? ক্ষমা কৰিব আপোনাৰ ক্রয় সমন্ধীয় সিদ্ধান্ত ল’ব পৰা ক্ষমতাত প্ৰশ্নচিহ্ন লগোৱাৰ বাবে৷ কিন্তু একে সময়তে বিনয়েৰে জনাওঁ যে … [Continue reading]
- « Previous Page
- 1
- …
- 15
- 16
- 17